Posted inদেশ-বিদেশ

কভিডৰ বাবে বাতিল কৰা হ’ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষা

গুৱাহাটী : পুনৰ দেশত কভিড আতংক। কভিডৰ দ্বিতীয়টো ঢৌ দেশজুৰি ভয়াবহ ৰূপ ধাৰণ কৰিছে। কভিডৰ ভয়াবহ ৰূপ দেখি অৱশেষত বাতিল কৰা হ’ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষা। দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে পিছুৱাই দিয়া হৈছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও। দেশত পুনৰ দেখা দিছে কভিডৰ প্ৰকোপ। কভিডৰ দ্বিতীয়টো ঢৌৱে দেশৰ কেইবাখনো ৰাজ্যত ভয়াবহ ৰূপ […]