Posted inNews

ঘোষণা হ’ল CBSC দ্বাদশ শ্ৰেণীৰ ফলাফল

নিউজ ডেস্ক: আজি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (CBSC) দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহত অনুষ্ঠিত হোৱা পৰীক্ষাত এই বৰ্ষত প্ৰায় ১৭ লাখ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৮৭.৩৩ শতাংশ। বিগত বৰ্ষত CBSE দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯২.৭১ শতাংশ আছিল। বিগত বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৫.৩৮ […]