Posted inঅসম

কেতিয়া অনুষ্ঠিত হ’ব চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব্যক্তিগত পৰীক্ষাৰ্থী পৰীক্ষা?

নিউজ ডেস্ক : অহা ১৬ আগষ্ট আৰু ১৫ ছেপ্টেম্বৰত চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব্যক্তিগত পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা অনুষ্ঠিত হ’ব। বুধবাৰে চি বি এছ ইৰ ফালৰ পৰা এই কথা ঘোষণা কৰা হয়। চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্ৰক শন্যাম ভৰদ্বাজে কয়, ‘১৬ আগষ্ট আৰু ১৫ ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু যিমান পাৰি কম […]