Posted inNews

নতুন কেন্দ্ৰীয় মাধ্যম স্বীকৃতি নিৰ্দেশনা; ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিকক স্বীকৃতি প্ৰদানৰ সিদ্ধান্ত

নিউজ ডেস্ক: কেন্দ্ৰীয় চৰকাৰে নতুন কেন্দ্ৰীয় মাধ্যম স্বীকৃতি নিৰ্দেশনা (Central Media Accreditation Guidelines) 2022 প্ৰকাশ কৰিছে। সোমবাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্যত প্ৰকাশ পোৱা মতে নতুন নিৰ্দেশনাৰ অধীনত ডিজিটেল সংবাদ মাধ্যমত কাম কৰা সাংবাদিকসকলক পোন প্ৰথমবাৰৰ বাবে মান্যতা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উক্ত নিৰ্দেশনা অনুসৰি যিসমূহ ডিজিটেল সংবাদ গোষ্ঠীয়ে IT(Intermediary Guidelines […]