কেন্দ্ৰীয় চৰকাৰ আৰু নাগা বিদ্ৰোগী সংগঠন এন এছ চি এন (আই এম)-ৰ মাজত চলি থকা নাগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰীৰ দায়িত্ব নতুন ব্যক্তিৰ হাতত অৰ্পন হ’ব। ইষ্টম’জ’ৰ হাতত পৰা তথ্য অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে নাগালেণ্ডৰ প্ৰাক্তন ৰাজ্যপাল আৰ এন ৰবিক মধ্যস্থতাকাৰীৰ পৰা অব্যাহতি দি চোৰাংচোৱা বিভাগৰ প্ৰাক্তন বিশেষ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰক এই দায়িত্ব অৰ্পন কৰাৰ […]