Posted inঅসম

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ৩০জন কয়দী ক’ৰোনাত আক্ৰান্ত

তেজপুৰ/জামুগুৰিহাটঃ ৰাজ্যৰ কেইবাখনো জিলাত অপৰিৱৰ্তিত ক’ভিড পৰিস্থিতি। শোণিতপুৰ জিলাতো নিম্নগামী হোৱা নাই ক’ভিড আক্ৰান্তৰ হাৰ। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। কাৰাগাৰখনত ৩৯৯ গৰাকী অপৰাধীৰ ভিতৰত ৩৭৬গৰাকী পুৰুষ আৰু ২৩ গৰাকী মহিলা অপৰাধী আছে। ইয়াৰে ৩০গৰাকীৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। আৰু পঢ়ক: দেশত পুনৰ উৰ্ধগামী হ’বলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণৰ […]