Posted inঅসম

দ্বিতীয় দিনাও সন্ধান নাই ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা চাৰিজন লোকৰ

চাবুৱাঃ আজিও সন্ধান নাই চাবুৱাৰ ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা চাৰিজন লোকৰ। দেওবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত নাও ডুবি সন্ধানহীন হৈছিল চাৰিজনকৈ ব্যক্তি। সন্ধানহীন লোককেইজন আছিল শংকৰ যাদৱ, চুংকু কুৰ্মী, ধমেন দাস আৰু কিষন যাদৱ। বৰ্তমান এছডিআৰএফ, এন ডি আৰ এফ বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ অভিযান চলাই আছে। মহমৰাৰ পৰা বালিজানলৈ টুলুঙা নাৱেৰে আহি থকা অৱস্থাতে সংঘটিত […]