Posted inঅসম

Eastmojo Exclusive আলফা স্বাধীনত যোগদান অসম আৰক্ষী জোৱানৰ!

তিনিচুকীয়া : যোৱা কিছুদিনৰ পৰা নিখোজ হৈ থকা ডিব্ৰুগড় জিলাৰ অসম আৰক্ষীৰ এজন জোৱানে সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰা বুলি খবৰ আহিছে। প্ৰাপ্ত তথ্য মতে চাবুৱাৰ জেৰাই গাঁৱৰ কৌশিক গোহাঁই নামৰ অসম আৰক্ষীৰ জোৱানজন যোৱা ৩ জানুৱাৰীৰ পৰা নিজৰ বাসগৃহৰ পৰা নিখোজ হৈ আছিল। উল্লেখযোগ্য যে জেৰাই গাঁও আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ […]