ছয়গাঁও : দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং জীয়াকুৰত কিছুদিন পূৰ্বে পি কে ইটা ভাটাক লৈ অনুষ্ঠিত হৈছিল এখন সভা। উক্ত সভাত দক্ষিণ সৰু বংশৰ মৌজা কমিটিয়ে ইটা ভাটাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ১ নং জীয়াকুৰত স্থাপন কৰা ইটা ভাটাটো অবৈধ বুলি প্ৰকাশ কৰি গাঁৱৰ গাঁওপ্ৰধান পৱণ কলিতাৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল। আজি […]