Posted inঅসম

চলা সংৰক্ষিত বনাঞ্চলক সুৰক্ষিত কৰি ৰখাৰ প্ৰয়াস গাঁওবাসীৰ

সোণাৰিঃ বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন বনাঞ্চল তথা চৰকাৰী ভূমিত বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। তেনে সময়তে ৰাজ্যবাসীৰ বাবে এটা ইতিবাচক খবৰ। ৰাজ্যৰ এখন গাঁওৰ জনসাধাৰণে সংৰক্ষণ কৰি ৰাখিছে এখন সংৰক্ষিত বনাঞ্চল। কাঠৰ চোৰাং সৰবৰাহকাৰী তথা বেদখলকাৰীৰ কবলত পৰি ধ্বংস হবলৈ ধৰা এখন বনাঞ্চল সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব গ্ৰহণ কৰিছে বনাঞ্চল […]