Posted inঅসম

মন্ত্ৰীৰ উপস্থিতি পলম হোৱাৰ বাবেই ডেৰ ঘণ্টা পলমকৈ আৰম্ভ হ’ল ভেকচিন প্ৰদান কাৰ্যসূচী

গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক সোমবাৰৰ পৰা প্ৰদান কৰা হৈছে কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী। মঙলবাৰে গুৱাহাটীৰ কামৰূপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰি থকা কোভিড প্ৰতিষেধক ব্যৱস্থাৰ বুজ ল’বলৈ উপস্থিত হ’ল মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী।  পিছে মন্ত্ৰী গৰাকীয়ে ডেৰ ঘণ্টা পলমকৈ বিদ্যালয়খনত উপস্থিত হোৱাৰ বাবে ডেৰ ঘণ্টা পলমকৈ আৰম্ভ হ’ল প্ৰতিষেধক […]