Posted inঅসম

চন্দ্ৰপুৰতে ডাম্পিং গ্ৰাউণ্ড থকাৰ ইংগিত দিলে নেকি মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী : ডাম্পিং গ্ৰাউণ্ড স্থাপনকলৈ সমস্যাত পৰিছে ৰাজ্য চৰকাৰ। নেচনেল গ্ৰীণ ট্ৰিবুনেলৰ নিৰ্দেশৰ পিছতে বৰাগাঁৱৰ দীপৰ বিলৰ কাষৰ পৰা ডাম্পিং গ্ৰাউণ্ড আঁতৰাই চন্দ্ৰপুৰত স্থাপন কৰা হৈছিল। ইয়াৰ পিছতে আৰম্ভ হয় চন্দ্ৰপুৰবাসী ৰাইজৰ ধাৰাবাহিক আন্দোলন। চন্দ্ৰপুৰবাসী ৰাইজৰ ধাবাহিক আন্দোলনে ডাম্পিং গ্ৰাউণ্ড স্থাপনকলৈ সমস্যাত পেলাইছে চৰকাৰক। বিগত প্ৰায় ডেৰ মাহ ধৰি চন্দ্ৰপুৰবাসী ৰাইজে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থপনৰ […]