চন্দ্ৰপুৰঃ চন্দ্ৰপুৰৰ ধীপুঁজি জানপামত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কনিষ্ঠ ভাতৃ। জ্যেষ্ঠ ভাতৃ বিদ্যাধৰ বিশ্বাসে পৰিয়ালৰে ভনীজোঁৱাই এজনৰ লগত কাজিয়া লাগি থকা অৱস্থাত নন্দ বিশ্বাসে কাজিয়া ভাঙিবলৈ যোৱাত বিদ্যাধৰ বিশ্বাসে নন্দ বিশ্বাসক দাৰে পিছফালৰ পৰা মূৰত আঘাত কৰে। দাৰ ঘাপত মূৰত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় কনিষ্ঠ ভাতৃ নন্দ […]