গুৱাহাটী: জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ প্ৰকৃতিৰ ৰম্যভূমি আৰু ৰাজ্যৰ অন্যতম হ্ৰদ হিচাপেও পৰিগণিত হৈ অহা অসম – মেঘালয় সীমান্তৰ চানডুবি এতিয়া আৰু দুৰ্গম হৈ থকা নাই। সকলো ঠিকে থাকে থাকিলে জালুকবাৰীৰ পৰা প্ৰায় ৫৫ কিঃমিঃ দূৰত্বৰ চানডুবি আগন্তক শাৰদীয় দুৰ্গা পূজাৰ সময়ৰে পৰা সৰ্বাধিক এক ঘণ্টাৰ বাট হ’ব। অথচ পূৰ্বতে এইখিনী পথ অতিক্ৰম কৰোতে প্ৰায় কমেও […]