নিউজ ডেস্কঃএন ই আৰ পাৱাৰ চিষ্টেম ইমপ্রোভমেণ্ট প্ৰজেক্টৰ অধীনত নিৰ্মিত ১৩২/৩৩ কে ভি, ২×৩১.৫ এম ভি এ চাপাখোৱা উপ কেন্দ্ৰৰ “কন্ট্ৰ’ল ৰূম” আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিদ্যুতৰ জটিল সমস্যাটোৰ বাবে চাপাখোৱাত এতিয়ালৈ কোনো উদ্যোগ স্থাপন হোৱা নাছিল। এই উপ-কেন্দ্ৰই প্ৰায় ২৫,০০০ গ্ৰাহকক সাঙুৰি লৈ শদিয়া আৰু সমগ্ৰ চুবুৰীয়া অঞ্চলটোৱে সন্মুখীন […]