Posted inঅসম

সোণাৰিৰ বেঙেনাবাৰীত এবছুৰ চেনিটাইজেছন কাৰ্যসূচী

সোণাৰিত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ আহ্বানত আজিৰেপৰা আৰম্ভ হৈছে শিক্ষানুষ্ঠানত চেনিটাইজেছন কাৰ্যসূচী। বড়ো জনগোষ্ঠী অধ্যুষিত এলেকাত থকা শিক্ষানুষ্ঠান সমূহত কৰা হৈছে এই কাৰ্যসূচী। আজি এবছুৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্পন্ন কৰা হয় চেনিটাইজেছন। ইয়াৰ উপৰিও বৰ্তমান বন্ধ হৈ থকা বিদ্যালয়সমূহৰ ভিতৰ আৰু বাহিৰ সম্পূৰ্ণ ৰূপে পৰিষ্কাৰ কৰে জিলা […]