সোণাৰি: দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি চৰকাৰে ঘোষণা কৰা “হৰ ঘৰ তিৰংগা” অভিযানৰ প্ৰতি লক্ষ্য কৰি আজি চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত পল বৰুৱাই এক ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰে। এই অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, সহকাৰী আয়ুক্তসকল ক্ৰমে […]
Tag: Charaideo district
Posted inঅসম