Posted inঅসম

সোণাৰিত অব্যাহত অবৈধ মদ-জুৱাৰ মুকলি আড্ডা

সোণাৰি : চৰাইদেউ জিলাৰ সোণাৰিৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহাৰ লগতে জুৱাৰ আড্ডা তথা কুকুৰা যুঁজ। বিশেষকৈ গ্ৰামাঞ্চল তথা চাহ বাগিচা অঞ্চলসমূহত অব্যাহত আছে এনেধৰণৰ অসামাজিক কাৰ্যকলাপ। অবৈধ চুলাই-মদৰ বেহা বিনা বাধাই অব্যাহত থকাৰ ফলত সুস্থ সামাজিক বাতাবৰণ বিনষ্ট হৈছে বিভিন্ন অঞ্চলত। আনহাতে পৰম্পৰাৰ নামত কুকুৰা যুঁজ অনুষ্ঠিত কৰি একাংশ জুৱাৰীয়ে বৃহৎ […]