নিউজ ডেস্ক: চৰাইদেউৰ তিনি গৰাকী যুৱক ৰুপজ্যোতি ভুঞা, সঞ্জীৱ দাস আৰু অক্ষয় শৰ্মাই যমুনত্ৰী, গংগোত্ৰী,কেদাৰনাথ আৰু বদ্ৰীনাথ এই চাৰি ধামলৈ চাইকেলেৰে যাত্ৰা কৰিব। ছয় দিন যাত্ৰাৰ অন্তত যোৱাকালি সন্ধিয়া তিনি গৰাকী যুৱকে ধমধমা নিকটৱৰ্তী বাস্কা জিলাৰ টোকনকাটাত উপস্থিত হয়। বুধবাৰে টোকনকাটা ৰাইজে তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ এই সাহসীকতাত উৎসাহ যোগায়। তেওঁলোকে সংবাদ মাধ্যমৰ আগত […]