Posted inঅসম

চৰাইদেউ জিলাত ৰাষ্ট্ৰীয় পোষণ মাহৰ বিশেষ কাৰ্যসূচী

সোণাৰিঃ চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত পোষণ মাহ-২০২১ ৰ লগত সংগতি ৰাখি সোমবাৰে একেদিনাই ৬৬৮টা অংগনবাড়ী কেন্দ্ৰত কলপুলি ৰোপণৰ এক বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই উপলক্ষে সাপেখাতী সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনৰ হৰিদেৱ চাৰ্কোলত আয়োজিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে কয় যে ,” কল আমাৰ শৰীৰৰ কাৰণে অতি দৰকাৰী […]