নিউজ ডেস্কঃ চাৰধাম দৰ্শনৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা ভক্তসকলৰ বাবে ভাল খবৰ। উচ্চ ন্যায়ালয়ে কৰোনা সংক্ৰমণৰ বাবে উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰাৰ স্থগিতাদেশ প্ৰত্যাহাৰ কৰিছে। বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে কিছু নিষেধাজ্ঞাৰ সৈতে চাৰ ধাম যাত্ৰাৰ অনুমতি দিছে। উচ্চ ন্যায়ালয়ে বদ্ৰীনাথ ধামলৈ ১২০০ তীৰ্থযাত্ৰী, কেদাৰনাথ ধামত ৮০০, গঙ্গোত্ৰীত ৬০০ জন আৰু যমুনোত্ৰী ধামত মুঠ ৪০০ জন কঢ়িয়াই […]