Posted inঅসম

চৰাইদেউ দেওশালত ৰূপন কৰা গছপুলি নষ্ট কৰিলে দুষ্কৃতিকাৰীয়ে

সোণাৰি : অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চুকাফাই ১২৫৩ খ্রীষ্টাব্দত চৰাইদেওত স্থায়ী ৰাজধানী পতাৰ সমান্তৰালকৈ চৰাইদেও পৰ্বতৰ শিখৰত তাই আহোমসকলৰ লগতে সমূহ থলগিৰি ৰাইজৰ সুবিধার্থে সমূহীয়া উপসনাস্থলী চৰাইদেওৰ দেওশালখন স্থাপন কৰিছিল। ঐতিহাসিক গুৰুত্ব আৰু গৌৰৱ বহন কৰি অহা এই পবিত্র দেওশালখন দীৰ্ঘদিন ধৰি অৱহেলিত আৰু জৰাজীৰ্ণ অৱস্থাতে পৰি আছিল যদিও, চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ […]