জামুগুৰিহাটঃ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত অসম কটন মিলছস্থিত ৩০ নং চি আৰ পি এফ বেটেলিয়নৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক মেগা গছপুলি ৰোপণ কাৰ্যসূচী। কেম্পটোৰ সমীপতে কেম্পটোৰ কামাণ্ডেন্ট দীনেশ সিং চণ্ডেলে শুভাৰম্ভ কৰা অনুষ্ঠানটিত কেম্পৰ বিষয়ববীয়া, সৈনিক, পৰিয়াল লোকসকলে ভালেমান মূল্যৱান গছপুলি ৰোপণ কৰে । উল্লেখ্য যে, ৩০ নং বেটেলিয়নৰ পৃষ্ঠপোষকতাত ইতিমধ্যে শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, […]
Tag: Chariduar
Posted inঅসম