Posted inৰাজনীতি

সৰ্বানন্দ সোণোৱালৰ ৰিপৰ্ট কাৰ্ড বেয়া, মাজুলীৰ জনসভাত ক’লে ছটিশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাগালে

মাজুলী: অসমৰ ৰাজনীতিত পুনৰবাৰ কংগ্ৰেছৰ আধিপত্য স্থাপনৰ বাবে শাসকীয় দল তথা মিত্ৰজোট বিজেপি দলৰ সমান্তৰালকৈ‌ কংগ্ৰছৰো দলীয় ৰথী মহাৰথী সকলৰ আগমন ঘটা দেখা গৈছে। মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত কংগ্ৰেছ দলৰ এক বিশাল নিৰ্বাচনী জনসভাত ৯৯ নং মাজুলী বিধান সভা (এচ টি) সমষ্টিৰ প্ৰাৰ্থী ৰাজীৱলোচন পেগুক পুনৰবাৰ মাজুলীৰ পৰা নিশ্চিতভাৱে জয়ী কৰাই নিয়াৰ বাবে সহযোগিতা […]