নিউজ ডেস্ক : চত্তিশগড়-তেলেংগানা সীমান্তত আজি পুৱা নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৬ গৰাকীকৈ নক্সাল নিহত হয়। প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৬-৭ বজাৰ ভিতৰত চত্তিশগড়ৰ ৰাজধানী ৰাইপুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বৰ সুকমা জিলাৰ কিষ্টাৰম অঞ্চলত সংঘটিত হৈছিল উক্ত সংঘৰ্ষ। এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে তেলেংগানা আৰক্ষীৰ বিশেষ নক্সাল বিৰোধী গ্ৰে’হাউণ্ড ইউনিটৰ […]