ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত কুকুৰমাৰাৰ কলহী হোটেলত ছয়গাঁও আৰক্ষীয়ে অভিযান চলাই প্ৰায় ২৫ কাৰ্টন বিলাতী সুৰা জব্দ কৰে ।ছয়গাঁও আৰু কুকুৰমাৰা আৰক্ষীৰ যুটীয়া অভিযানৰ উমান পাই হোটেলৰ স্বত্বাধিকাৰী দীপক কলিতাই পাঁচ দুৱাৰেদি পলায়ন কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰে । অবৈধ সুৰাখিনিৰ মূল্য প্ৰায় ৯০ হাজাৰ টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । ছয়গাঁও আৰক্ষীয়ে অবৈধ […]