Posted inঅসম

ছয়গাঁৱত নিৰ্মাণ শ্ৰমিকৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী

ছয়গাওঁঃ ছয়গাঁৱত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। নিৰ্মাণ শ্ৰমিকৰ সুৰক্ষা আৰু কল্যাণ আইন ৰক্ষাৰ দাবীত নিৰ্মাণ শ্ৰমিকৰ সংগঠন ভাৰতৰ নিৰ্মাণ শ্ৰমিক ফেডাৰেচনে আহ্বান জনোৱা দেশজোৰা দুদিনীয়া নিৰ্মাণ শ্ৰমিক ধৰ্মঘটৰ অংশ হিচাপে ইউনিয়নৰ জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চি আই টি ইউৰ ধাৰাবাহিক আন্দোলনৰ […]