ছয়গাওঁঃ দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিৰ গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰিদল ৰঙাদাকুৱা ৰিজাৰ্ভৰ ১০০০ বিঘা ভূমি অবৈধ বেদখলকাৰীৰ কৱলত। নিশাৰ ভিতৰতে শ-শ সন্দেহজনক লোকে ঘৰ সাজি গাঁও স্থাপন কৰিছে অঞ্চলটোত। এই সমগ্ৰ ঘটনাকলৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। এই সন্দৰ্ভত প্ৰতিবাদ কৰিলেই স্থানীয় সচেতন লোক আৰু চৰকাৰী বিষয়াক আক্ৰমণৰো চেষ্টা কৰে অবৈধ বেদখলকাৰীৰ গুৰি ধৰোতা […]
Tag: chaygaon
Posted inঅসম