Posted inদেশ-বিদেশ

মহাৰাষ্ট্ৰৰ কেমিকেল ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ

নিউজ ডেস্ক- মহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাৰ খেৰ অঞ্চলত থকা এটা কেমিকেল ফেক্টৰীত শনিবাৰে সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ । বিস্ফোৰণত নিহত হয় চাৰিজনকৈ কৰ্মীৰ। আহত হয় এজন। বিস্ফোৰণৰ সময়ত ফেক্টৰীটোৰ ভিতৰত আবদ্ধ হৈ আছিল ৪০-৫০ জন লোক। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ লোক কেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আহত হোৱা কৰ্মীসকলক চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও […]