ভাৰতৰ সৰ্ববৃহৎ শক্তি উৎপাদন কাৰী সংস্থা ‘এনটিপিচি’ আৰু ‘ফৰ্টুম গোষ্ঠী’ৰ সহযোগী প্ৰতিষ্ঠান আৰু ফিনলেণ্ডৰ এক আগশাৰীৰ ‘জৈৱ-শোধন প্ৰযুক্তি প্ৰদানকাৰী’ ‘চেম্পোলিছ ইণ্ডিয়া’ই বঙাইগাঁৱত ‘বাঁহ-আধাৰিত জৈৱ-শোধনাগাৰ’ স্থাপনৰ সম্ভাৱনীয়তা অধ্যয়ণ কৰাৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।