Posted inক্ৰীড়া

আইবিএ মহিলা বিশ্ব চেম্পিয়নশ্বিপত জিলিকি উঠিল লাভলীনা বৰগোহাঁই

নিউজ ডেস্কঃ সোমবাৰে ইস্তানবুলত অনুষ্ঠিত আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনা বৰগোহাঁইয়ে প্ৰাক্তন বিশ্ব চেম্পিয়ন টাইৱানৰ চেন নিয়েন-চিনক পৰাস্ত কৰে। প্ৰথমবাৰৰ বাবে ৭০ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই চেন নিয়েন-চিনক ৩-২ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই। প্ৰথমখন খেলতে চাইনীজ টাইপেইৰ প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰিলে অসম কন্যাই। লাভলীনাই চেন নিয়েনক দুবাৰকৈ পৰাজিত কৰিছে। ২৪বছৰীয়া লাভলীনাই ২০১৮ আৰু […]