বৰপেটা : বৰপেটা জিলাত ভয়াবহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া। খহনীয়াৰ কবলৰ পৰা নৈ পৰিয়া ৰাইজে ঢাপলি মেলিছে সুৰক্ষিত স্থানৰ সন্ধানত। বিশেষকৈ দক্ষিণ বৰপেটাৰ কাশিমপুৰত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই কালৰূপ ধৰণ কৰাত দুদিনত গৃহহীন হৈছে ২০ টাকৈ পৰিয়াল। খহনীয়া কবলত পৰা ৰাইজৰ খবৰ লবলৈ সময় নাই জনপ্ৰতিনিধিৰ। কুম্ভকৰ্ণৰ নিদ্ৰাত জলসম্পদ বিভাগ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ […]