চেন্নাইঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে চেন্নাই ষ্টেচনত চেন্নাই-কইম্বাটুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। জানিব পৰা অনুসৰি, এই ৰেলখনে দুয়োখন চহৰৰ মাজত ৰেল যাত্ৰাৰ সময় এঘণ্টাতকৈও অধিক হ্ৰাস কৰিব। ৫ ঘণ্টা ৫০ মিনিটতেই এই ৰেলখনে দুয়োখন চহৰৰ মাজত যাত্ৰা সম্পূৰ্ণ কৰিব। উদ্ধোধন কৰা সময়ত মোডীয়ে ৰেলখনত থকা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও বাৰ্তালাপ কৰা দেখা গৈছিল। ইয়াৰ […]