Posted inক্ৰীড়া

ৰাষ্ট্ৰীয় দবাত উজলিল অসমৰ মৃণ্ময় ৰাজখোৱা আৰু তন্ময় ৰাজবংশী

নিউজ ডেস্ক: ৯ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ কৰ্ণাটকৰ মহীশূৰত অনুষ্ঠিত হোৱা অনূৰ্ধ্ব ১২ বছৰ ৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত অসমৰ মৃণ্ময় ৰাজখোৱাই ষষ্ঠ স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাখনত মৃণ্ময়ে ১১ ৰাউণ্ডত ৮.৫ পইণ্ট অৰ্জন কৰে। প্ৰতিযোগিতাখনত কেৰেলাৰ গৌতম কৃষ্ণই ৯.৫ পইণ্ট সংগ্ৰহ কৰি খিতাপ অৰ্জন কৰাৰ বিপৰীতে টেলেংগানাৰ আদিৰেদ্ডি অৰ্জুন আৰু গোৱাৰ […]