Posted inঅসম

ধৰ্মীয় ৰীতি-নীতিৰে ৰাজ্য়ৰ ভিন্ন প্ৰান্তত বিহাৰী সম্প্ৰদায়ৰ ষট পূজা উদযাপন

নিউজ ডেস্কঃ আজি ষট পূজা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন কৰা হৈছে ষট পূজা। এই ছট পূজা সূৰ্যাস্ত আৰু সূৰ্য্য উদয়ৰ সময়ত কৰা হয় । পুৱাৰ ভাগতে ৰীতি-নীতিৰে নদীৰ পাৰলৈ গৈ সূৰ্য দেৱতাক পূজা কৰে ভক্তসকলে। ইতিহাস অনুসৰি এই পূজা প্ৰথম দেৱাসুৰ সংগ্ৰামত যেতিয়া দেৱতা সকলক অসুৰে পাৰস্ত কৰিছিল তেতিয়া দেৱ মাতা অদিতিয়ে ছট […]