নিউজ ডেস্কঃ দেশৰ নৱ নিযুক্ত মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে ১৫মে’ত ৰাজীৱ কুমাৰে দায়িত্বভাৰ গ্ৰহণ কৰিব। ১৪ মে’ত বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল চন্দ্ৰই অৱসৰ গ্ৰহণ কৰিব। ১৫মে’২০২২ ৰ পৰা ১৮ ফেব্ৰুৱাৰী ২০২৫ লৈকে ৰাজীৱ কুমাৰে মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ৰাজীৱ কুমাৰে ১৯৮৪ বৰ্ষত নিযুক্তি লাভ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ এগৰাকী দক্ষ বিষয়া। সুদীৰ্ঘ […]