শনিবাৰে মুম্বাইৰ দাদাৰৰ ফেগী অডিটৰিয়ামত মহাৰাষ্ট্ৰ আৰু গোৱাৰ বাৰ কাউঞ্চিলৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এক ঐতিহাসিক সিদ্ধান্ত ঘোষণা কৰে। তেওঁ কয় যে এতিয়াৰে পৰা হিন্দী ভাষাৰ উপৰিও দেশৰ বিভিন্ন আঞ্চলিক ভাষাটো উপলব্ধ হ’ব উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতিলিপি। যেতিয়ালৈ দেশৰ সাধাৰণ লোকে বুজি পোৱাকৈ আদালতৰ সিদ্ধান্তবোৰৰ তথ্য সমূহ প্ৰকাশ নাপায়, […]