Posted inদেশ-বিদেশ

বিভি নাগাৰাথনা হ’ব পাৰে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

নিউজ ডেস্কঃ ন্যায়াধীশ বিভি নাগাৰাথনা হ’ব পাৰে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ। বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পদোন্নতিৰ বাবে ন্যায়াধীশ নাগাৰাথনাকে ধৰি নজন ন্যায়াধীশৰ নাম অনুমোদন জনাইছে। ন্যায়াধীশ নাগাৰাথনা বৰ্তমান কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। কলেজিয়ামৰ দ্বাৰা যি ৯ জন ন্যায়াধীশৰ নাম অনুমোদিত হৈছে, তেওঁলোকৰ ভিতৰত ৩ গৰাকী মহিলা। ন্যায়াধীশ বিভি নাগাৰাথনা […]