Posted inদেশ-বিদেশ

বিজেপি এৰি পুনৰ তৃণমূল কংগ্ৰেছলৈ উভতিল মুকুল ৰয়

পুনৰ তৃণমূল কংগ্ৰেছত যোগ দিলে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপ সভাপতি মুকুল ৰয়ে।তেওঁৰ পুত্ৰ প্ৰাক্তন বিধায়ক সুভ্ৰাংশু ৰয়েও যোগদান কৰে তৃণমূল কংগ্ৰেছত।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত দুয়োৱে যোগ দিলে তৃণমূল কংগ্ৰেছত। মুকুল লয়ে টিএমচিত যোগ দি কয়- বৰ্তমানৰ পৰিস্থিতিত কোনোৱে বিজেপিত থাকিব পৰা পৰিবেশ নাই।২৯২ খন আসনৰ ২১৩ খনতেই জয়লাভ কৰি মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ শাসনভাৰ তৃতীয় […]