পশ্চিমবংগৰ ভৱানীপুৰ বিধানসভা সমষ্টিত জয়ী হৈ এইবাৰ বিধায়ক হ’ল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । যোৱা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ দল জয়ী হৈছিল যদিও মমতা বেনাৰ্জী নন্দিগ্ৰামত পৰাস্ত হৈছিল বিজেপি প্ৰাৰ্থীৰ হাতত । এইবাৰ পূৰ্বৰ বিজয়ৰ সকলো অভিলেখ ভংগ কৰি জয়ী হয় তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকী । মমতাই ভবানীপুৰ উপ–নিৰ্বাচনৰ ভোটগণনাৰ আৰম্ভণিৰ পৰাই বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰেৱালক অতিক্ৰম […]