Posted inঅসম

মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা! আনুষ্ঠানিক ঘোষণাহে বাকী

গুৱাহাটীঃ পুৱাৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আবাসলৈ নৱনিৰ্বাচিত বিজেপিৰ বিধায়কসকলৰ সোঁত বৈছে | কোনো এগৰাকী বিধায়কে কোন হ’ব মুখ্যমন্ত্ৰী সেই কথা প্ৰকাশ কৰা নাই যদিও সকলোৱে তেওঁক শুভেচ্ছা জনাবলৈ আহিছে |বিধায়িনী দলৰ বৈঠকৰ আগতে দলৰ বিধায়কসকলক কোন হ’ব নতুন মুখ্যমন্ত্ৰী প্ৰকাশ কৰাত বাধা আৰোপ কৰিছে বাবেই মুখ খোলা নাই যদিও সকলো আহিছে তেওঁক শুভেচ্ছা […]