Posted inNews

আজি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে

দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে আজি একেলেথাৰিয়ে দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে। গুজৰাটৰ ৰাজধানী গান্ধীনগৰৰ নতুন সচিবালয়ৰ নিকটৱৰ্তী হেলিপেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান। ৬০ বছৰীয়া বিজেপি নেতা গৰাকীক গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে নতুন মুখ্যমন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰাব।    উল্লেখ্য যে, শনিবাৰে নৱ নিৰ্বাচিত বিধায়কসকলৰ বিধায়নী […]