Posted inদেশ-বিদেশ

কোৰোনাৰ মাজতো টিকটবিহীন ৰেল যাত্ৰীৰ সংখ্যা কমা নাই দেশত

কোৰোনা মহামাৰীৰ বাবে যোৱা সময়চোৱাত বহুবোৰ ৰেলৰ চলাচল বাতিল হোৱাৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল যাত্ৰী । পৰিস্থিতি স্বাভাবিক হোৱাৰ পিছত কিছু পৰিমানে ৰেলৰ চলাচল হৈছিল যদিও এতিয়া আকৌ নিয়ন্ত্ৰণ হৈছে বহু ৰেল । ইমানবোৰ নিষেধাজ্ঞা থকা স্বত্বেও যোৱা বিত্তীয় বৰ্ষত ২.৭ নিযুতৰো অধিক লোক টিকটবিহীন ভাবে ভ্ৰমণ কৰি ধৰা পৰাৰ তথ্য পোহৰলৈ আহিছে ।তুলনামূলক ভাবে […]