Posted inNews

মৰ্মান্তিক ঘটনা! বাথৰুমত গা ধুবলৈ সোমাই মৃত্যু দুই ভাতৃৰ

হাৰিয়ানাৰ হিছাৰ জিলাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। প্ৰাপ্ত বাতৰি মতে,  হিছাৰৰ নগৌৰী গেটৰ সমীপৰ তিলক শ্যাম ৱালী গলিৰ নিৱাসী সৌৰভৰ গুৰুগ্ৰামত থকা ভাতৃৰ বিয়া আছিল। পৰিয়ালৰ বিয়ালৈ যাবৰ বাবে দুই ভাতৃয়ে একেলগে বাথৰুমত গা ধুবলৈ সোমাওতেই ঘটিল অতি ভয়ংকৰ ঘটনা। সৌৰভৰ দুই পুত্ৰ ক্ৰমে ১৩ বছৰীয়া মাধৱ আৰু ৯ বছৰীয়া সোহম খুড়াকৰ বিয়ালৈ যাবলৈ […]