নিউজ ডেস্ক: অৰুণাচলত উদ্ধাৰ অসমৰ ১০ অপহৃত শিশু। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত এক শিশু সৰবৰাহ চক্ৰ উৎখাত কৰি মঙলবাৰে তিনিচুকীয়া আৰক্ষীয়ে শিশু সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসমৰ পৰা সৰবৰাহ কৰা ১০ জন শিশুক। ডুমডুমা আৰক্ষীৰ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ পৰা শিশুকেইটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শিশু সৰবৰাহৰ […]