Posted inঅসম

কামপুৰত বয়সৰ ভুৱা প্ৰমাণ পত্ৰৰে বাল্য বিবাহ সম্পন্ন

কামপুৰঃ ৰাজ্যত পুনৰ বাল্যবিবাহৰ ঘটনা। বিবাহৰ অনুপযুক্ত যুৱতীক ভুৱা নথি পত্ৰৰে বিবাহ কৰোৱাৰ ভয়ংকৰ অভিযোগ। উল্লেখ্য যে, সোমবাৰে নিশা কামপুৰৰ গণেশ মন্দিৰত এখন বাল্য বিবাহ সম্পন্ন হৈছিল। কামপুৰ পৌৰসভাৰ ৪নং ৱাৰ্ডৰ প্ৰসেনজিৎ বৰ্মন নামৰ যুৱক জনৰ লগত বিবাহ অনুষ্ঠিত হৈছিল কামপুৰৰে এগৰাকী কিশোৰীৰ। কিশোৰীগৰাকীৰ বিবাহৰ উপযুক্ত বয়স নোহোৱাৰ সন্দেহ প্ৰকাশ কৰি নাৰী সন্থাৰ সম্পাদিকা ৰীনা […]