নগাঁওঃ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা। চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হ’ল দুটি শিশু। ইয়াৰে এটি কণমানি শিশু আঠ হাজাৰ টকাত বিক্ৰী কৰা বুলি চাঞ্চল্যকৰ মন্তব্য প্ৰকাশ কৰিছে কৰ্তব্যৰত নাৰ্ছে৷ শালনাৰ গণেশ তাঁতি নামৰ মহিলাগৰাকীক কাষতে চিকিৎসাধীন হৈ থকা আন এজন ৰোগীয়ে বিক্ৰী কৰিছিল কণমানি শিশুটিক। জানিব পৰা মতে, চিকিৎসালয়খনত অগ্নিদগ্ধ হৈ শল্য চিকিৎসা বিভাগত […]