Posted inঅসম

৪দিনীয়া নৱজাতকক শিশুসুৰক্ষা গোটক দান কৰিলে নিজ মাতৃয়ে

তেজপুৰঃ আৰ্থিক দুৰ্বলতাৰ বাাবে তেজপুৰ কাৱৈমাৰীৰ এগৰাকী মহিলাই নিজৰ নৱজাতক শিশুটিক জিলা শিশুসুৰক্ষা গোটক দান কৰে । যোৱা ৭ ছেপ্তেম্বৰ তাৰিখে কাৱৈমাৰীৰ মহিলা গৰাকীয়ে এটি লৰা সন্তান জন্ম দিছিল । পিছে আৰ্থিক ভাৱে জুৰুলা মহিলা গৰাকীয়ে শিশুটিক তেজপুৰৰ জিলা শিশু সুৰক্ষা গোটৰ হাতত শিশুটি প্ৰদান কৰে। শিশু সুৰক্ষা গোটে শিশুটো নিজৰ জিম্মাত লৈ স্বাস্থ্য পৰীক্ষা কৰি […]