Posted inঅসম

অচিন ৰোগত আক্ৰান্ত মঙলদৈৰ বনিয়াপাৰাৰ এটি চাৰিবছৰীয়া শিশু: শিশুটিৰ চিকিৎসাৰ বাবে প্ৰয়োজন আপোনালোকৰ সহায়

মঙলদৈঃ পখিলা খেদাৰ বয়সতে বিছনাত ছটফটাই আছে মঙলদৈ ডাঁহী বনিয়াপাৰাৰ এটি কণমানি শিশুই। ডাঁহী বনিয়াপাৰাৰ মুন্না বনিয়াৰ একমাত্ৰ চাৰি বছৰীয়া কন্যা সন্তানটি জন্মৰ সময়ত সুস্থ আছিল যদিও তাইৰ ন মাহ বয়সত আৰম্ভ হয় এক অচিন ৰোগ। এই শিশুটিৰ চিকিৎসাৰ বাবে পৰিয়ালটিৰ সকলো আ-অলংকাৰ, মাটি-বাৰী, গৰু- ছাগলী বিক্ৰী কৰিবলীয়া হৈছে৷ বৰ্তমান ছোৱালীজনী চাৰি বছৰত ভৰি দিলে […]