Posted inদেশ-বিদেশ

আমেৰিকাক চেৰ পেলাই বিশ্বৰ আটাইতকৈ ধনী দেশত পৰিণত ‘সাম্যবাদী’ চীন

নিউজ ডেস্ক : পুঁজিবাদী সাম্ৰাজ্য আমেৰিকা যুক্তৰাষ্ট্ৰক পিছ পেলাই ‘সাম্যবাদী’ ৰাষ্ট্ৰ চীন এতিয়া বিশ্বৰ আটাইতকৈ ধনী দেশত পৰিণত হৈছে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক পৰামৰ্শদাতা মেকিনচে এণ্ড কোম্পানীয়ে প্ৰকাশ কৰা এক শেহতীয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদনখনৰ মতে যোৱা দুটা দশকত বিশ্বব্যাপী মুঠ সম্পত্তি তিনিগুণলৈ বৃদ্ধি পাইছে। ২০০০ চনত মূঠ গোলকীয় সম্পত্তি ১৫৬ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ পৰা […]