Posted inদেশ-বিদেশ

চিপকো আন্দোলনৰ ভেটি নিৰ্মাতা প্ৰসিদ্ধ পৰিৱেশকৰ্মী সুন্দেৰলাল বহুগুনাৰ ক’ভিডত মৃত্যু

ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে চিপকো আন্দোলনৰ ভেটি নিৰ্মাতা প্ৰসিদ্ধ পৰিৱেশকৰ্মী সুন্দেৰলাল বহুগুনায়ে। আজি উত্তৰাখণ্ডৰ ঋষিকেশস্থিত সৰ্ব ভাৰতীয় আয়ু বিজ্ঞান প্ৰতিষ্ঠানত বহুগুনাৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। নিজৰ গোটেই জীৱন পৰিৱেশ ৰক্ষাৰ বাবে উৎসৰ্গা কৰা বিশিষ্ট পৰিৱেশকৰ্মী গৰাকীয়ে হিমালয়ত হৈ থকা বন ধ্বংসৰ বিৰুদ্ধে মানুহক সজাগ কৰাৰ লগতে প্ৰতিবাদ গঢ়ি তুলিছিল। […]