Posted inঅসম

চিৰাঙত ২৪ ঘন্টাৰ ভিতৰতে দ্বিতীয়টো এনকাউন্টাৰৰ ঘটনা

নিউজ ডেস্ক: মাত্ৰ ২৪ ঘন্টাৰ ভিতৰত চিৰাঙত পুনৰ সংঘটিত হৈছে আন এক এনকাউন্টাৰৰ ঘটনা। মঙলবাৰে নিশা চিৰাং আৰক্ষীৰ গুলীত এজন দুৰ্ধৰ্ষ ডকাইত নিহত হয়। নিহত ডকাইতজনক মনজিত বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ এনকাউন্টাৰত নিহত ডকাইত মনজিত বসুমতাৰী চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত কিষানবাজাৰ-খামাৰপাৰাত মঙ্গলবাৰ নিশা ৰাজা বড়োৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল বুলি চিনাক্ত বুলি আৰক্ষীয়ে […]