নিউজ ডেস্কঃ দেশত কৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে। মহামাৰী কৰোনাৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে ভেকচিনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। চৰকাৰ-প্ৰশাসনৰ ফালৰ জনসাধাৰণক ক্ষীপ্ৰতাৰে ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সময়তে দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱীয়ে জনসাধাৰণৰ সহায়ৰ বাবে আগবাঢ়িছে। সাংবাদিক আৰু চিনেমা হলৰ কৰ্মচাৰীৰ বাবে বিনামূলীয়া ভেকচিনৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে অভিনেতাগৰাকীয়ে। […]