Posted inঅসম

বিধ্বংসী অগ্নিকাণ্ডত জাহ যোৱা তেজপুৰৰ চ’ক বজাৰ পৰিদৰ্শন কৰে সাংসদ পল্লৱ লোচন দাসে

তেজপুৰঃ কিছুদিন পূৰ্বে বিধ্বংসী অগ্নিকাণ্ডই নিমিষতে ছাই কৰি পেলোৱা তেজপুৰ চ’ক বজাৰৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে। বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় তিনি শতাধিক দোকান নি:চিহ্ন হৈ পৰাৰ লগতে পাঁচ শতাধিক ব্যৱসায়ীৰ পৰিয়ালৰ লগতে এই দোকান সমূহত কৰ্মৰত হৈ থকা সহস্ৰাধিক ব্যক্তিৰ পৰিয়ালৰ আৰ্থিক সকাহক লৈ ইতিমধ্যে তেজপুৰৰ অসমীয়া ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠান […]