টীয়ক:আজি পবিত্ৰ বৰদিন।সমগ্ৰ বিশ্বতে বিশেষকৈ খ্ৰীষ্টান ধৰ্মৱালম্বী সকলে উলহ মালহে উদযাপন কৰিছে আজিৰ এই বিশেষ দিনটো। টীয়কৰ চেলেংহাট তিনিআলিস্থিত নগৰ গীৰ্জাঘৰতো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে শুভ বৰদিন।জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো গীৰ্জাঘৰত গোট খাই ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাই। লগতে ক’ভিড মহামাৰীৰ পৰা সকলোকে পৰিত্ৰাণ পাবলৈ পৰম পিতাক সহায় বিচাৰে।লগতে কেইবাগৰাকীও স্থানীয় শিল্পীয়ে কেৰল পৰিবেশন কৰি […]
Tag: Christmas
Posted inঅসম