Posted inঅসম

দিল্লীৰ গীৰ্জা ভঙা কাৰ্য্যক উত্তৰ-পূব বিশ্বপ সমাজৰ গৰিহণা

নিউজ ডেস্ক : উত্তৰ-পূবৰ কেথলিক বিশ্বপ সমাজে সোমবাৰে দিল্লীত এটা গীৰ্জা ভঙা ঘটনাৰ গৰিহণা দিছে। North East India Regional Bishops’ Council (NEIRBC) –ৰ সভাপতি তথা গুৱাহাটীৰ প্ৰধান বিশ্বপ জন মুলাচিৰাই কয় ‘এইয়া এক অতি আচৰিত আৰু দুখজনক ঘটনা।’ উল্লেখযোগ্য যে কৃষিভূমিত বেদখল কৰাৰ অভিযোগত সোমবাৰে দক্ষিণ দিল্লী পৌৰনিগমে লাডো চাৰাইত থকা দ্যা লিল্টল ফ্লাউৱাৰ চাৰ্চটো ভাঙি […]