Posted inঅসম

ছবিগৃহ সমূহ পুনৰ মুকলি কৰা সন্দৰ্ভত অক্টোবৰত সিদ্ধান্ত

গুৱাহাটী : দীর্ঘদিন ধৰি বন্ধ হৈ থকা ছবিগৃহৰ মালিক-কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ আহিব পাৰে। ৰাজ্য চৰকাৰে ছবিগৃহ সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। অক্টোবৰ মাহত ছবিগৃহ সমূহ পুনৰ মুকলি কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল’ব। প্ৰায় এবছৰ ধৰি বন্ধ হৈ থকা ৰাজ্যৰ ছবিগৃহ সমূহৰ মালিক-কৰ্মচাৰী সকলৰ অৱস্থা পানীত হাঁহ নচৰা। ক’ভিড মহামাৰীৰ […]