Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

Toronto চলচ্চিত্ৰ মহোৎসৱত world premiere-ৰ বাবে নিৰ্বাচিত ৰীমা দাসৰ Tora’s Husband

নিউজ ডেস্ক: Village Rockstars আৰু Bulbul Can Sing-ৰ জৰিয়তে ইতিমধ্যে দেশ-বিদেশৰ চলচ্চিত্ৰ অনুৰাগী আৰু সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ৰীমা দাসে পুনৰ অসমৰ বাবে আনিছে এক ভাল খবৰ। ৰীমা দাসৰ নতুন ছবি Tora’s Husband বিখ্যাত টৰন্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (Toronto International Film Festival চমুকৈ tiff)-ৰ বাবে নিৰ্বাচিত হৈছে। ক’ভিড মহামাৰীৰ বাবে আহি পৰা লকডাউন […]