Posted inঅসম

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত জিলিকিল অসম; ‘ৰণুৱা’লৈ ৰজতকমল

নিউজ ডেস্ক : সোমবাৰে অনুষ্ঠিত ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন শিতানত অসমৰ কেইবা গৰাকী শিল্পী তথা চলচ্চিত্ৰ নিৰ্মাতায়ে বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ‘চুৰেণ চোৰৰ পুতেক’, ‘জোনদা ইমান গুণ্ডা’ আদি ছবি পৰিচালক চন্দ্ৰ মুদৈৰ পূৰ্ণদৈৰ্ঘৰ ছবি “ৰণুৱা- হু নেভাৰ ছাৰেণ্ডাৰছ”-এ লাভ কৰিছে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান। মহানগৰীৰ কৃত্ৰিম বানপানীক […]